Sunday 27 June 2021

PAN কাৰ্ড আৰু AADHAAR কাৰ্ড লিংক কেনেকৈ কৰিব

 আপোনাৰ পেন কাৰ্ডখন আধাৰৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে। যদি আপোনাৰ আধাৰ পেনৰ সৈতে সংযুক্ত নহয় তেন্তে আপোনাৰ আয়কৰ ৰিটাৰ্ণ প্ৰক্ৰিয়া কৰা নহ'ব। আৰু ভাৰত চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি, যদি আপুনি পেন আধাৰ সংযোগ কৰাত বিফল হয়, তেন্তে ৩০ জুন, ২০২১-ৰ পিছত আপোনাৰ পেনকাৰ্ডখন 'নিষ্ক্ৰিয়' হৈ পৰিব।

যদি আপোনি এতিয়াও এই কাম কৰা নাই তেন্তে তলত দিয়া যিকোনো এটা প্ৰক্ৰিয়াৰে কৰিব পাৰে।



SMS দ্ধাৰা:

ষ্টেপ1:- আপোনাৰ মোবাইলত Type কৰক UIDPAN<12-digit Aadhaar><Space><10-digit PAN>

ষ্টেপ2:- ইয়াক 567678 বা 56161 লৈ প্ৰেৰণ কৰক।


অনলাইনৰ দ্ধাৰা:

Income Tax e-filing websiteত অনলাইনত লিংক  বা সংযোগ কৰিবৰ বাবে 👉ইয়াত ক্লিক কৰক


PAN আৰু AADHAAR কাৰ্ডৰ সংযোগ স্থিতি(status) জানিবলৈ 👉ইয়াত ক্লিক কৰক

                         ************



                     

                          SAKORI(চাকৰি)

More data for Sakori (চাকৰি): 👉Click here.

দৈনিক চাকৰি খবৰ পাবলৈ জইন কৰ

 WhatsApp Group:- ইয়াত ক্লিক কৰক 

Facebook Page:- ইয়াত ক্লিক কৰক

No comments:

Post a Comment