Wednesday 16 June 2021

PM-kisan প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ মুক্তি-২০২১

 আবেদনৰ শেষ তাৰিখ: ৩০/০৬/২০২১

ভাৰতৰ কৃষকসকলৰ বাবে সুখবৰ, কৃষকসকলৰ সৈতে বাৰ্তালাপ আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ মুক্তি। আগ্ৰহী আৰু যোগ্য সকলে উপযুক্ত নথি পত্ৰৰ সৈতে অনলাইনযোগে আবেদন কৰিব পাৰে।


প্ৰয়োজনিয় নথি পত্ৰ:

          ক) আধাৰ কাৰ্ড।

           খ) মাটিৰ খাজনা ৰচিদ।

            গ) বেংক পাছবুক।

আবেদনৰ শেষ তাৰিখ ৩০ জুন ২০২১।www.pmkisan.gov.in যোগেৰেও অনলাইন আবেদন কৰিব পাৰে।


PM-kisan হেল্পলাইন নম্বৰ: ১৫৫২৬১/ ০১১-২৪৩০০৬০৬, ০১১-২৩৩৮১০৯২।

অনলাইন আবেদনৰ বাবে: ইয়াত ক্লিক কৰক



দৈনিক চাকৰি আৰু এনে খবৰ পাবলৈ জইন কৰক WhatsApp groupত:- ইয়াত ক্লিক কৰক 

No comments:

Post a Comment