পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত MGNREGAৰ আধিনত ১০০ দিন কৰ্মসূচীৰ job cardৰ বাবে আবেদন বিছাৰি থকা হৈছে। ইচ্ছুক শ্ৰমিকে তলত দিয়া নিয়মাৱলীৰ মাজেৰে আবেদন কৰিব পাৰিব।
১) বৰ্তমান পৰিস্থিতিত প্ৰব্ৰজন হোৱা শ্ৰমিক।
২) চহৰাঞ্চলৰ পৰা ঘৰমূৱা শ্ৰমিক।
৩) ৰাজ্যৰ অন্যান্য আগ্ৰহী শ্ৰমিক যিসকল covid19ৰ বাবে কৰ্মহীন হৈ আছে।
* দৈনিক পাৰিশ্ৰমিক ২১৩ টকা।
* এটা পৰিয়ালে এখনহে কাৰ্ড পাব পৰিব।
আবেদন জমা দিয়া ঠিকনা:-
আপোনাৰ নিজৰ গাঁও পঞ্চায়ত/VCDC/VDC/বা block office ত আবেদন পত্ৰখন জমা দিব লাগিব।
আবেদন পত্ৰখন তলত দিয়া লিংকত ডাওনলোদ কৰিব পাৰিব।
আবেদন পত্ৰ পাবলৈ-> ক্লিক কৰক
No comments:
Post a Comment