ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম খন বাজেট 2021-2022, জানক কেইবাটাও গুৰুত্বপূূৰ্ণ সিদ্ধান্ত।
১.এহেজাৰ টকালৈ বৃদ্ধি অৰুনোদয় আঁচনিৰ ধন ৷
২. চৰকাৰী স্কুলৰ নৱম আৰু দশম শ্ৰেনীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব স্মাৰ্ট ফোন ৷
৩. ১০০০ টা উপ- স্বাস্থ্য কেন্দ্ৰক হস্পিতাললৈ ৰূপান্তৰ ৷
৪. তামুলপুৰত নতুন জিলা সৃষ্টি ৷
৫. গোলাঘাট,ধেমাজি,মৰিগাওঁ, বঙাইগাওঁ,তামুলপুৰত ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় ৷
৬. কাৰ্বি আলঙত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন ৷
৭. ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা ৷
৮. শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষন ৷
৯. বঙাইগাওঁ,বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় ৷
১০. হাজো,মাজুলী,টিংখঙত নতুন পলিটেকনিক ৷
১১. প্ৰৱৰ্তন কৰা হ'ব এক ৰাষ্ট্ৰ,এক ৰেচন কাৰ্ড ৷
১২ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ১০ হেজাৰ টকাৰ এককালীন সাহায্য ৷
১৩. বানপানী ৰোধৰ বাবে নিৰ্মান কৰা হ'ব ১০০০ কিমি মথাউৰি ৷
******************
More data for Sakori (চাকৰি): 👉Click here.
দৈনিক চাকৰি আৰু অন্যান খবৰ পাবলৈ জইন কৰক
WhatsApp Group:- ইয়াত ক্লিক কৰক
Facebook Page:- ইয়াত ক্লিক কৰক
No comments:
Post a Comment