Friday 16 July 2021

অসম চৰকাৰৰ বাজেট 2021-2022, জানক কেইবাটাও গুৰুত্বপূূৰ্ণ সিদ্ধান্ত

ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম খন বাজেট 2021-2022, জানক কেইবাটাও গুৰুত্বপূূৰ্ণ সিদ্ধান্ত।



১.এহেজাৰ টকালৈ বৃদ্ধি অৰুনোদয় আঁচনিৰ ধন ৷

 ২. চৰকাৰী স্কুলৰ নৱম আৰু দশম শ্ৰেনীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব স্মাৰ্ট ফোন ৷

৩. ১০০০ টা উপ- স্বাস্থ্য কেন্দ্ৰক হস্পিতাললৈ ৰূপান্তৰ ৷ 

৪. তামুলপুৰত নতুন জিলা সৃষ্টি ৷ 

৫. গোলাঘাট,ধেমাজি,মৰিগাওঁ, বঙাইগাওঁ,তামুলপুৰত ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় ৷ 

৬. কাৰ্বি  আলঙত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন ৷ 

৭. ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা ৷ 

৮. শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষন ৷

৯. বঙাইগাওঁ,বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ 

১০. হাজো,মাজুলী,টিংখঙত নতুন পলিটেকনিক ৷ 

১১.  প্ৰৱৰ্তন কৰা হ'ব এক ৰাষ্ট্ৰ,এক ৰেচন কাৰ্ড ৷ 

১২ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ১০ হেজাৰ টকাৰ এককালীন সাহায্য ৷

১৩. বানপানী ৰোধৰ বাবে নিৰ্মান কৰা হ'ব ১০০০ কিমি মথাউৰি ৷

                      ******************



                     

                           SAKORI(চাকৰি)

       More data for Sakori (চাকৰি): 👉Click here.

  দৈনিক চাকৰি আৰু অন্যান খবৰ পাবলৈ জইন কৰ

            WhatsApp Group:- ইয়াত ক্লিক কৰক 

            Facebook Page:- ইয়াত ক্লিক কৰক

No comments:

Post a Comment